Subscribe
URL of the page has been copied to clipboard.
Meaning : যাক গঢ়ি কোনো আকাৰ দিয়া হয়
Example : সীতাই বজাৰৰ পৰা মাটিৰে গঢ়া এটা গণেশৰ মূর্তি কিনিলে
Synonyms : আকাৰপ্রদত্ত, আৰূপিত, গঢ়া-, সজা-
Meaning : যিটো ৰচনা কৰা বা বনোৱা হৈছে
Example : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
Synonyms : কৃত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
Install App