Subscribe
URL of the page has been copied to clipboard.
Meaning : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
Example : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
Synonyms : ক্ষণিক, পলক
Meaning : কাল বা সময়ৰ সবাটোকৈ সৰু একক
Example : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
Synonyms : ক্ষণ, লহমা
Meaning : চকুৰ পলক বা পচাৰ
Example : নিমিষত পৃথিৱী ওলট-পালট হʼব পাৰে
Synonyms : নিমিষ
Install App