Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিশেষ কামৰ কাৰণে একগোট বা জমা কৰা ধন
Example : গ্রাম্যাঞ্চলৰ বিকাশৰ কাৰণে দিয়া নিধিৰ অপপ্রয়োগ কৰা হৈছে
Synonyms : ধনৰাশি, ফাণ্ড
Meaning : সঞ্চিত ধন, জ্ঞান আদি
Example : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ
Synonyms : কোষ, খাজানা, ভাণ্ডাৰ
Install App