Subscribe
URL of the page has been copied to clipboard.
Meaning : একেবাৰে নি্র্ধন ব্যক্তি
Example : এজন গৰিবে আপোনাৰনো কি সহায় কৰিব পাৰে ?
Synonyms : গৰিব, টোকোনা, ধনহীন, নিছলা, ভিকহু
Meaning : যাৰ হাতত ধন নিচেই কম থাকে বা একেবাৰেই নাথাকে
Example : নি্র্ধনী ব্যক্তিয়ে পৰিশ্রম কৰি ধনী হʼব পাৰে
Synonyms : গৰিব, গৰীব, দুঃস্থ, দুখীয়া, দৰিদ্র, ধনহীন, নি্র্ধন, নি্র্ধনী
Install App