Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো নিজৰ বা যʼত নিজৰ অধিকাৰ আছে
Example : এইয়া মোৰ নিজা সম্পত্তি
Synonyms : আত্ম, নিজা, স্বকীয়, স্বায়ত্ত
Meaning : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
Example : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
Synonyms : আত্মীয়
Meaning : যিটো নিজৰ পক্ষৰ লগত জড়িত বা নিজ পক্ষৰ
Example : এইটো স্বপক্ষী বিষয়
Synonyms : স্বপক্ষীয়
Install App