Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নিচান from অসমীয়া dictionary with examples, synonyms and antonyms.

নিচান   বিশেষ্য

Meaning : এডাল মাৰিৰ মূৰত লগোৱা তিনিকোণীয়া বা চাৰিকোণীয়া প্রতীকসূচক কাপোৰ যাক অস্তিত্ব, সংকেত বুজাবলৈ আৰু উৎসৱ-অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হয়

Example : ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ তিনিটা ৰঙৰ মাজত এটা চক্রৰ চিহ্ন আছে

Synonyms : ধ্বজা, পতাকা, বৈজয়ন্তী

Meaning : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়

Example : সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে

Synonyms : প্রতীক

Meaning : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

Example : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

Synonyms : লক্ষ্য

Meaning : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

Example : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

Synonyms : চিন, চিহ্ন, প্রতীক, সংকেত

Meaning : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

Example : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

Synonyms : চাপ, চিন, চিহ্ন

Meaning : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

Example :

Synonyms : চেক, চেকা, দাগ, দাগী, ধাব্বা

Meaning : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

Example : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

Synonyms : লক্ষ্য

Meaning : কোনো বস্তু আদিক লক্ষ্য কৰি তাজৰ ওপৰত আঘাত কৰা কার্য

Example : চিকাৰী নিচান ব্যর্থ হʼল