Meaning : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
Example :
তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
Synonyms : নাৰিকেল
Meaning : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
Example :
এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
Synonyms : নাৰিকল গছ