Meaning : ঈশ্বৰৰ অস্তিত্ব নমনা ব্যক্তি
Example :
নাস্তিকক ্ ধর্মৰ ্ কথা কʼবলৈ বৰ সমস্যা
Synonyms : অনীশ্বৰবাদী, নিৰীশ্বৰবাদী
Meaning : যি বেদ, ঈশ্বৰ, পৰলোক আদিৰ ওপৰত বিশ্বাস নাৰাখে
Example :
চীনৰ অধিকসংখ্যক লোক নাস্তিক
Synonyms : নিৰীশ্বৰবাদী