Subscribe
URL of the page has been copied to clipboard.
Meaning : নাকৰ ছিদ্র
Example : নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
Synonyms : নাকৰ ফুটা, নাকৰ বিন্ধা, নাসিকা বিবৰ
Meaning : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
Example : তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
Synonyms : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ ফুটা, নাকৰ বিন্ধা, নাসিকাগ্র
Install App