Meaning : উচ্ছন্ন বা নষ্ট হোৱা
Example :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
Synonyms : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, বিনাশ কৰা
Meaning : লাহে লাহে হ্রাস বা কম কৰা
Example :
গছবোৰ কাটি আমি প্রাকৃতিক সম্পদৰ ক্ষতিসাধন কৰিছো
Synonyms : ক্ষতি কৰা, ক্ষতিসাধন কৰা