Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো শুনা যায়
Example : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে
Synonyms : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ডাক, ধ্বনি, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, স্বৰ, ৰণন, ৰাৱ
Meaning : জোৰেৰে হোৱা শ্্ব্দ
Example : শংখৰ নাদৰ পিছত মহাভাৰতৰ যুদ্ধ আৰম্ভ হʼল
Synonyms : ধ্বনি
Meaning : কিছু সময় ধৰি বাজি থকা তীব্র ধ্বনি
Example : যুদ্ধৰ নাদ শুনি ভীৰুবোৰৰ বুকু কঁপি উঠিল
Synonyms : ঘোষ
Install App