Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নাড়ি-ভুড়ু from অসমীয়া dictionary with examples, synonyms and antonyms.

নাড়ি-ভুড়ু   বিশেষ্য

Meaning : প্রাণীৰ পেটৰ ভিতৰত থকা এক বিশেষ নলী যি গুহ্যদ্বাৰলৈকে থাকে আৰু যাৰ মাজেদি মল বা অদৰকাৰী পদার্থ ্ বাহিৰ হৈ যায়

Example : আমিষভোজী মানুহৰ অন্ত্রৰ ভিতৰখন লাহে-লাহে ডাঙৰ হৈ যায়

Synonyms : অন্ত্র, অন্ত্রজঠৰ, নাড়ি, নাড়ী