Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নাটক from অসমীয়া dictionary with examples, synonyms and antonyms.

নাটক   বিশেষ্য

Meaning : ৰংগমঞ্চত অভিনেতাই কৰা অংগীভংগী, বেশভূষা আৰু কথোপকথন জৰিয়তে কৰা ঘটনাৰ প্রদর্শন

Example : গায়নৰ লগতে বাদনো নাট্য ক্ষেত্রত আৱশ্যক

Synonyms : নাট্য

Meaning : এবিধ সাহিত্যকৃতি যাক ৰংগমঞ্চত অভিনেতা-অভিনেত্রীৰ অঙ্গী-ভঙ্গী, কথোপকথন আদিৰ দ্বাৰা প্রদর্শিত কৰা হয়

Example : তেওঁ লিখা ভালেমান নাটক ৰংগমঞ্চত প্রদর্শিত হৈছে

Synonyms : নাট, নাটিকা, নাট্য

Meaning : কাৰোবাক ঠগিবৰ কাৰণে সজা ৰূপ বা কৰা কাম

Example : তেওঁ ্বেমাৰ হোৱাৰ ভাও জুৰি আছে

Synonyms : অভিনয়, ভাও জোৰা