Meaning : নলৰ আকাৰৰ কোনো বস্তু
Example :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
Synonyms : চুঙা
Meaning : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
Example :
ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
Meaning : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
Example :
ৰামে হোকা খাই আছে
Synonyms : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা