Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নলা from অসমীয়া dictionary with examples, synonyms and antonyms.

নলা   বিশেষ্য

Meaning : পানী বৈ যোৱা সৰু পথ বা সৰু জান

Example : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

Synonyms : নর্দম্া, নলী, লোৰ

Meaning : গোল-দীঘলীয়া ফোঁপোলা বস্তু

Example : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

Synonyms : চুঙা, চুঙী, নল, নলিচা, নলী, পাইপ

Meaning : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ

Example : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন

Synonyms : জান, লোৰ

Meaning : বৰষুণৰ পানী বৈ অহা জলপথ

Example : একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে

Synonyms : নলা-নর্দ্্মা

Meaning : যি নলীৰে লেতেৰা পানী আদি বৈ যায়

Example : ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে

Synonyms : নর্দ্্মা

Meaning : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়

Example : এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে

Synonyms : নলা-নর্দ্্মা