Meaning : যাক তললৈ মূৰ কৰাব পাৰি
Example :
এই লাখুটিডাল লেহুকা
Synonyms : লেউসেউ, লেহুকা, স্থিতিস্থাপক
Meaning : যাক টানিব পৰা যায় বা টানিবৰ যোগ্য
Example :
সোণ, ৰূপ, লোহা আদি নমনীয় ধাতু
Meaning : যাক হেঁচ্া দি বা পিটি নভঙাকৈ সহজে বেলেগ আকাৰ দিব পাৰি
Example :
কিছুমান ধাতু নমনীয় হয়