Meaning : যাৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছত তাক পুনৰ আগুৱাই নিবৰ কাৰণে বৈধ বা নিয়মিত কৰা কার্য
Example :
মোৰ পৰিচয় পত্রখন নবীকৰণ কৰিবলৈ দিছোঁ
Meaning : পুনৰ নতুন ৰূপলৈ অনা ক্রিয়া
Example :
মোৰ ঘৰটোৰ নবীকৰণ কৰা হৈ আছে