Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে
Example : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম
Synonyms : আধুনিক, নবীনতম, নৱ, লেটেষ্ট
Meaning : যি প্রবীণ নহয়
Example : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
Synonyms : তৰুণ, নবাগত, নবীন
Meaning : যিজনে কোনো কাম এইমাত্রহে শিকিছে
Example : এই কামটো নতুন মানুহেও কৰিব পাৰে
Synonyms : অনভ্যস্ত, অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু
Meaning : যাৰ আগতে অস্তিত্ব নাই
Example : আমি কোনো নতুন কাম কৰিব লাগে
Synonyms : অভিনৱ, নবীন, নৱ
Meaning : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
Example :
Synonyms : অভিনৱ, ন, নবীন, নব্য, নৱ
Install App