Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নতুন from অসমীয়া dictionary with examples, synonyms and antonyms.

নতুন   বিশেষণ

Meaning : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে

Example : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম

Synonyms : আধুনিক, নবীনতম, নৱ, লেটেষ্ট

Meaning : যি প্রবীণ নহয়

Example : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে

Synonyms : তৰুণ, নবাগত, নবীন

Meaning : যিজনে কোনো কাম এইমাত্রহে শিকিছে

Example : এই কামটো নতুন মানুহেও কৰিব পাৰে

Synonyms : অনভ্যস্ত, অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু

Meaning : যাৰ আগতে অস্তিত্ব নাই

Example : আমি কোনো নতুন কাম কৰিব লাগে

Synonyms : অভিনৱ, নবীন, নৱ

Meaning : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ

Example :

Synonyms : অভিনৱ, , নবীন, নব্য, নৱ