Subscribe
URL of the page has been copied to clipboard.
Meaning : চোৱা কার্য ্বা ঢং
Example : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে
Synonyms : চাৱনি, দৃষ্টি
Meaning : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য
Example : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে
Synonyms : চকিদাৰি, পহৰা
Meaning : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ
Example : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে
Synonyms : কুদৃষ্টি, বেয়া নজৰ
Meaning : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি
Example : তেওঁৰ ্নজৰ মানিব লাগিব
Install App