Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নগৰবাসী from অসমীয়া dictionary with examples, synonyms and antonyms.

নগৰবাসী   বিশেষ্য

Meaning : কোনো নগৰত থকা লোক

Example : নেতাৰ হত্যাৰ বিৰোধ গোটেই চহৰবাসীয়ে কৰি আছে

Synonyms : চহৰবাসী

Meaning : যিয়ে চহৰত বসবাস কৰে বা চহৰত থকা ব্যক্তি

Example : এজন চহৰ বাসী ফুৰিবলৈ মোৰ গাঁৱত আহিছে

Synonyms : চহৰ বাসী, চহৰবাসী, নগৰ বাসী

Meaning : কোনো দেশৰ নিবাসী

Example : ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল

Synonyms : নাগৰিক

নগৰবাসী   বিশেষণ

Meaning : যি নগৰত বাস কৰে বা নগৰত থাকে

Example : গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত

Synonyms : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া