Meaning : কোনো নগৰৰ কাৰণে ৰাজ্যৰ দ্বাৰা স্থাপিত এক নিগমিত প্রশাসনীয় দল....
Example :
নগৰে নগৰৰ পৰা বাহিৰলৈ যোৱা মালবস্তুত কৰ বঢ়াই দিছে
Synonyms : নগৰ
Meaning : বিধিসন্মতভাৱে নি্র্বাচিত কৰা কোনো নগৰৰ প্রতিনিধিৰ সেই বিশেষ গোট যি নগৰৰ স্বাস্থ্য, শুচিতা, ৰাষ্টা, ভৱন-নি্র্মাণ, পানীযোগান আদি জনহিতকৰ কামৰ সুব্যৱস্থা কৰে
Example :
মুম্বাইৰ নগৰ পালিকা ভাৰতৰ সকলোতকৈ ডাঙৰ নগৰপালিকা
Synonyms : নগৰ পালিকা, নগৰপালিকা, মিউনিছিপালিটী