Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নগৰ পালিকা from অসমীয়া dictionary with examples, synonyms and antonyms.

নগৰ পালিকা   বিশেষ্য

Meaning : বিধিসন্মতভাৱে নি্র্বাচিত কৰা কোনো নগৰৰ প্রতিনিধিৰ সেই বিশেষ গোট যি নগৰৰ স্বাস্থ্য, শুচিতা, ৰাষ্টা, ভৱন-নি্র্মাণ, পানীযোগান আদি জনহিতকৰ কামৰ সুব্যৱস্থা কৰে

Example : মুম্বাইৰ নগৰ পালিকা ভাৰতৰ সকলোতকৈ ডাঙৰ নগৰপালিকা

Synonyms : নগৰ সমিতি, নগৰপালিকা, মিউনিছিপালিটী