Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নগুণ from অসমীয়া dictionary with examples, synonyms and antonyms.

নগুণ   বিশেষ্য

Meaning : উপনয়ণ সংস্কাৰৰ পিছত ব্রাহ্মণ বা ক্ষত্রিয় লʼৰাই ধাৰণ কৰা পবিত্র সূতাৰ এক ৰূপ

Example : পণ্ডিতজনে মোটা লগুণ পিন্ধি আছিল

Synonyms : ব্রহ্মসূত্র, লগুণ

Meaning : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ আঠগুণ অধিক পৰিমাণ

Example : নৰ নগুণ একাশী

নগুণ   ক্ৰিয়া বিশেষণ

Meaning : আঠগুণতকৈ আৰু এগুণ বেছি

Example : ৰামৰ ককায়েক বয়সত ৰামতকৈ নগুণ ডাঙৰ

নগুণ   বিশেষণ

Meaning : যিমান হয় তাতকৈ আঠবাৰ আৰু অধিক

Example : অন্যান্য খাদ্যবস্তুৰ তুলনাত এই খাদ্যখিনিৰ পৰা নগুণ অধিক লৌহ পদার্থ ্লাভ হয়