Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নগপতি from অসমীয়া dictionary with examples, synonyms and antonyms.

নগপতি   বিশেষ্য

Meaning : ভাৰতৰ উত্তৰ দিশত অৱস্থিত পৃথিৱীৰ সকলোতকৈ ওখ পর্বত

Example : হিমালয় ভাৰতৰ ভাৰতৰ প্রহৰী স্বৰূপ

Synonyms : অচলাধিপ, অদ্রিৰাজ, অদ্রীশ, উত্তৰাচল, গিৰিৰাজ, গিৰীন্দ্র, গিৰীশ, নগাধিপ, নগাধিৰাজ, নগেন্দ্র, নগৰাজ, পর্বতপতি, শৈলেন্দ্র, শৈলৰাজ, হিমশী্র্ষ, হিমালয়, ্পর্বত্্ৰাজ