Meaning : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ
Example :
ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়
Meaning : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
Example :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
Synonyms : অনুকৰণ কৰা, অনুসৰণ কৰা