Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নকল from অসমীয়া dictionary with examples, synonyms and antonyms.

নকল   বিশেষ্য

Meaning : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য

Example : শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে

Meaning : লেখা আদিৰ আক্ষৰিক স্বৰূপ

Example : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে

Synonyms : অনুলিপি, কপি, প্রতিলিপি, প্রতিলেখ

Meaning : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ

Example : সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে

Meaning : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু

Example : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে

Synonyms : অনুকৃতি, প্রতিকৃতি, প্রতিৰূপ

নকল   বিশেষণ

Meaning : যিটো কেৱল ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ বিচাৰেৰে দেখুওৱা হয়

Example : নকলী বস্তুৰ সৌন্দর্যৰ ্প্রভাৱ ক্ষণিকৰ বাবেহে থাকে

Synonyms : কৃত্রিম, নকলী

Meaning : যʼত দোষ আছে

Example : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

Synonyms : অবিশুদ্ধ, কৃত্রিম, জাল, নকলী, ভেজাল