Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
Example : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
Synonyms : জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
Meaning : সেনা বা পুলিচ আদিত নতুনকৈ ভর্তি হোৱা চিপাহী
Example : ইয়াত নতুন চিপাহীক প্ৰশিক্ষিত কৰা হয়
Synonyms : নতুন চিপাহী
Install App