Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
Synonyms : অৱস্থা, গতি, গতিক, দশা, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
Meaning : এক ধৰণৰ অৱস্থা বা একে মূলৰ পৰা উৎপন্ন বস্তু, জীৱ আদিৰ এনেকুৱা বর্গ যি সেই বস্তুটোক অন্য বস্তু বা জীৱৰ পৰা পৃথক কৰে
Example : এই বাগিছাখনত বিভিন্ন প্রকাৰৰ গোলাপ আছে
Synonyms : কিচিম, তৰহ, প্রকাৰ
Install App