Subscribe
URL of the page has been copied to clipboard.
Meaning : কাকো উপেক্ষিত নকৰা ভাব
Example : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
Synonyms : খিয়াল, মনোযোগ
Meaning : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
Example : সন্তজন ধ্যানত লীন হৈ আছে
Meaning : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
Example : ৰমেশে বৰ মনোযোগেৰে পঢ়ে
Synonyms : মনোযোগ
Install App