Subscribe
URL of the page has been copied to clipboard.
Meaning : বজোৱা হোৱা
Example : বজোৱা ঢোলৰ শ্্ব্দ বহুদূৰলৈ শুনা গৈছিল
Synonyms : বজোৱা
Meaning : যিটো ধ্বনি বা শ্্ব্দৰ ৰূপত প্রকট হৈছে
Example : অর্জুনৰ ধনুৰ টংকাৰত চৌদিশ ধ্বনিত হৈ উঠিল
Synonyms : নিনাদিত, শ্্ব্দায়মান
Meaning : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
Example : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
Synonyms : গুঞ্জিত, গুঞ্জৰিত
Meaning : গুঞ্জন কৰি থকা
Example : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
Install App