Meaning : অনর্থ ্বা ধ্বংস কৰোঁতা
Example :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
Synonyms : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
Meaning : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
Example :
চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
Synonyms : পতনমুখী
Meaning : যি ধ্বংস কৰে
Example :
বাৰুদ এবিধ ধ্বংসকাৰী বস্তু