Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে
Example :
Synonyms : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
Meaning : ঢাকি নৰখা বা আৱৰি নৰখা
Example : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
Synonyms : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
Install App