Meaning : অন্ধকাৰ বা অস্পষ্ট হোৱা অৱস্থা বা ভাব
Example :
চানি পৰাৰ কাৰণে চকুৰে ধুঁৱলি-কুৱলী দেখিছে
Synonyms : ধুৱলি-কুঁৱলী
Meaning : অলপ আন্ধাৰ হোৱা অৱস্থা বা ভাব
Example :
সন্ধিয়াৰ ধুঁৱলি-কুঁৱলীত চোৰ ঘৰৰ ভিতৰলৈ সোমাই গʼল
Synonyms : ধুঁৱলি-কুৱলী