Meaning : ধোঁৱা বৰণৰ
Example :
কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
Meaning : ধূলি লগা বা ধূলি সনা
Example :
খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
Synonyms : ধূলি ধূসৰ, ধূলিধূসৰিত
Meaning : ধূলিৰে ভৰি থকা
Example :
ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
Synonyms : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত