Subscribe
URL of the page has been copied to clipboard.
Meaning : একেৰাহে আৰু খৰকৈ
Example : সৈনিকে ধাৰাসাৰ গুলি ্বর্ষণ কৰি আছিল
Meaning : জোৰেৰে বা ধাৰৰ দৰে বৈ অহা
Example : মূষলধাৰ বৰষুণৰ বাবে জনজীৱন ক্ষতিগ্রস্ত হৈছে
Synonyms : দোপালপিতা, মূষলধাৰ
Meaning : নিৰন্তৰ হৈ থকা
Example : ধাৰাসাৰ বৰষুণৰ কাৰণে জন-জীৱন বিশৃংখল হৈ পৰিলে
Synonyms : অনবৰত, অবিৰত, অবিৰাম
Install App