Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
Example : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
Synonyms : ধাৰ, প্রবাহ
Meaning : বৈ যোৱা কার্য ্বা ভাব
Example : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
Synonyms : প্রবাহ, বেগ, সোঁত
Meaning : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
Example : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
Synonyms : দফা, নিয়ম
Meaning : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
Example : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
Synonyms : প্রবাহ
Meaning : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
Example : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
Synonyms : ধাৰ, প্রৱাহ, সোঁত
Install App