Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
Example : চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
Synonyms : ধাই
Meaning : আনৰ কেঁচুৱাক নিজৰ পিয়াহ খুৱাই প্রতিপাল কৰা স্ত্রী
Example : মাকৰ মৃত্যুৰ পিছত এগৰাকী ধাত্রীৰ কোলাত শ্যাম ডাঙৰ-দীঘল হৈছিল
Synonyms : ধাই, ধাই মা
Install App