Meaning : শিশুৰ চোৱাচিতা কৰা দাসী
Example :
কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে
Meaning : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী
Example :
আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়
Synonyms : ধাই মাতৃ
Meaning : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
Example :
চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
Synonyms : ধাত্রী