Meaning : নিজৰ বিশ্বাসত দৃঢ় হৈ থকা ব্যক্তি
Example :
ধর্মান্ধসকলে এখন ধার্মিক ঠাইত আক্রমণ কৰিলে
Synonyms : ধর্মোন্মাদ
Meaning : পৰম্পৰাগতভাৱে কোনো ধর্ম ্মানি চলা বা একো নভবা-নিচিন্তাকৈ বা চকু মুদি কোনো ধর্ম ্মানিচলাজন
Example :
ধর্মান্ধ ব্যক্তি সমাজৰ কাৰণে ক্ষতিকাৰক হʼব পাৰে