Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ধর্ম from অসমীয়া dictionary with examples, synonyms and antonyms.

ধর্ম   বিশেষ্য

Meaning : পৰলোক, ঈশ্বৰ আদিৰ সম্বন্ধীয় এক বিশেষ বিশ্বাস আৰু উপাসনাৰ বিশেষ প্রণালী

Example : হিন্দুধর্মৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হʼল যে ই সকলো ধর্মৰ প্রতি সহনশীল

Synonyms : ধর্ম্ম, ধৰম

Meaning : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

Example :

Synonyms : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

Meaning : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়

Example : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম

Synonyms : ধর্মকর্ম, ধৰম, পুণ্য, পুণ্যকর্ম

Meaning : সেই সমাজ বা সমূদায় যি দৈৱিক শক্তিত নিজৰ বিশ্বাস দর্শাই বা যি দৈৱিক শক্তিত বিশ্বাস ৰাখে

Example : মুহম্মদ চাহেবে মুছলিম ্ধর্মৰ প্রতিষ্ঠা কৰিছিল

Synonyms : ধৰম

Meaning : কোনো জাতি, ্বর্গ, পদ আদিৰ কাৰণে নিশ্চিত কৰি থোৱা কার্য ্বা আচৰণ

Example : প্রজাৰ ৰক্ষা কৰাই ৰজাৰ প্রকৃত ধর্ম

Synonyms : কর্তব্য, ধৰম