Meaning : ডাবি-ধমকি দিয়া কার্য
Example :
ইমান ডবিওৱাৰ পিছতো ৰামে নিজৰ মনৰ মতেই কৰিলে
Synonyms : ডবিওৱা, ডাবি-ধমকি দিয়া
Meaning : ধমকি দি ভয় খুওৱা
Example :
এটা লʼৰাই মোৰ সৰু ভাইটিক ধমকি দিছিল
Synonyms : ধমকি দিয়া, হুমকি দিয়া