Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ধপধপোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

ধপধপোৱা   ক্ৰিয়া

Meaning : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা

Example : ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়

Synonyms : স্পন্দিত হোৱা

Meaning : ইফাল-সিফাল কৰি ধপধপ শ্্ব্দ কৰা

Example : চৰাইবোৰে পাখিৰে ধপধপাই আছে

Synonyms : ধপধপাই থকা

Meaning : ভয়, উদ্বেগ আদিৰ কাৰণে হৃদয়ৰ গতি তীব্র হোৱা

Example : পুলিচক দেখিয়েই চোৰটোৰ বুকু ধপধপাবলৈ ধৰিলে