Subscribe
URL of the page has been copied to clipboard.
Meaning : আকাৰ, পৰিমাণ, গুণ, মূল্য, মহত্ব আদিৰ ক্ষেত্রত একে বুজোৱা:এক টকা এশ পইচাৰ সমান, আপুনি মোৰ দেউতাৰ নিচিনা
Example :
Synonyms : নিচিনা, যেন, লেখিয়া, লেখীয়া, সমান
Meaning : যি ধৰণৰ বা প্রকাৰৰ
Example : তেওঁৰ নিচিনা বাহাদুৰ ইয়াত কোনো নাই
Synonyms : নিচিনা, লেখীয়া
Install App