Subscribe
URL of the page has been copied to clipboard.
Meaning : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
Example : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
Synonyms : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
Meaning : বিশেষকৈ হৃদয়জনিত উগ্র বা বহুত কষ্টদায়ক পীড়া
Example : মোৰ হৃদয়ৰ বেদনা কোনেও নুবুজে
Synonyms : ক্লেশ, দর্দ, বিৰহ, বেদনা, ব্যথা
Install App