Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ দয়া আছে
Example : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
Synonyms : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
Meaning : যাৰ দশা বা অৱস্থা দেখি দয়া উপজে
Example : তেওঁৰ ্দয়াশীল অৱস্থা দেখি মই কান্দি পেলালোঁ
Synonyms : পুতৌ লগা
Install App