Subscribe
URL of the page has been copied to clipboard.
Meaning : দ্রৱত কোনো বস্তু মিহলি হোৱা কার্য
Example : পানীত চেনি দ্রৱীভূত কৰি চৰবত তৈয়াৰ কৰা হয়
Meaning : যি দ্রৱৰ দৰে পাতল হৈ পৰিল বা গলিত
Example : পর্বতৰ গলিত হিমৰ বাবে সমুদ্রৰ স্তৰ বৃদ্ধি পায়
Synonyms : গলিত, দ্রৱিত
Meaning : দয়াৰে পৰিপূর্ণ ্হোৱা
Example : ৰমেশৰ দশা দেখি মোহনৰ হৃদয় বিগলিত হৈ উঠিল
Synonyms : বিগলিত
Install App