Subscribe
URL of the page has been copied to clipboard.
Meaning : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে
Example :
Synonyms : অনুযোগ, অভিযোগ, দোষাৰোপ, দোষাৰোপন, নালিছ
Meaning : যিজন ব্যক্তিক আৰোপ লগোৱা হৈছে
Example : তেওঁ হত্যাকাণ্ডৰ দোষীক ক্ষমা কৰি দিলে
Meaning : অপৰাধ কৰা লোক
Example : অপৰাধীয়ে শাস্তি পোৱা উচিত আইনৰ শিথিলতাই অপৰাধীক প্রশ্রয় দিয়ে
Synonyms : অপৰাধী, পাতকী, পাপী, ্অধর্মী
Install App