Meaning : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য
Example :
অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়
Synonyms : দোষাৰোপন
Meaning : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত
Example :
দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল
Synonyms : দোষনিৰ্ণয়