Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
Example : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
Synonyms : অধর্ম, অপৰাধ, কলুষ, পাতক, পাপ
Meaning : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া
Example : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা
Synonyms : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ
Meaning : যিটো গুণ ভাল নহয়
Example : মানুহে বদগুণৰ পৰা আঁতৰি থাকিব লাগে
Synonyms : কদভ্যাস, দুর্গুণ, বদগুণ, বদভ্যাস
Install App