Meaning : দোকান পৰিচালনা কৰা কাম
Example :
মোহনে দোকানী কাম কৰি ভাল টকা উপার্জন কৰে
Synonyms : দোকানদাৰী
Meaning : যিয়ে কোনো বস্তু আদি বিক্রী কৰে
Example :
তেওঁ খুচুৰা বস্তুৰ বিক্রেতা
Synonyms : বিক্রী কৰোঁতা, বিক্রেতা, বেচোঁতা